पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নোট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নোট   বিশেষ্য

अर्थ : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়

उदाहरण : তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল

अर्थ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য

उदाहरण : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?

पर्यायवाची : টোকা

अर्थ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু

उदाहरण : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা

पर्यायवाची : টোকা

चौपाल