पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ন্যায় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ন্যায়   বিশেষ্য

अर्थ : আদালতত দোষী আৰু নির্দোষী বা অধিকাৰী আৰু অনধিকাৰী আদিৰ বিচাৰপূর্বক নি্র্ধাৰণ

उदाहरण : আধুনিক যুগত ন্যায়ও বিক্রী হয়

पर्यायवाची : ন্যায়-বিচাৰ

अर्थ : ছয় দর্শনৰ ভিতৰত এক ্দর্শন ্বা যি শাস্ত্রত কোনো বস্তুৰ যথার্থ ্জ্ঞানৰ বাবে মত বা বিচাৰৰ উচিত বিবেচন হয়

उदाहरण : পণ্ডিত ৰমাশঙ্কৰ ন্যায়ৰ বৰ ডাঙৰ জ্ঞাতা আছিল

पर्यायवाची : ন্যায় দর্শন, ন্যায়-দর্শন, ন্যায়দর্শন, ন্যায়শাস্ত্র

अर्थ : যি কথা উচিত বা নিয়মৰ অনুকূলে হয়

उदाहरण : ভগৱানে ইমান ন্যায়পৰায়ণ মানুহজনৰ লগতো ন্যায় নকৰিলে

चौपाल