पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ন্যায়াধীশ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ন্যায়াধীশ   বিশেষ্য

अर्थ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে

उदाहरण : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল

पर्यायवाची : দণ্ডাধীশ, মেজিষ্ট্রেট

अर्थ : আদালতৰ সোধ লোৱা বিচাৰক যিয়ে কোনো গোচৰৰ ৰায় প্রদান কৰে

उदाहरण : বিশ্বাসী আৰু সৎ ব্যক্তিহে এজন ভাল ন্যায়াধীশ হʼব পাৰে

पर्यायवाची : জজ, হাকিম

चौपाल