सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাম কৰাত অসমর্থ
उदाहरण : আমি পংগু লোকৰ সহায় কৰা উচিত
पर्यायवाची : পঙ্গো, প্ৰতিবন্ধী
अर्थ : যাৰ কোনো অংগ নাই
उदाहरण : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
पर्यायवाची : অংগহীন, অপাংগ, অপাঙ্গ, পঙ্গু, পেঙুৰা
अर्थ : কাম কৰিবৰ ্অসমর্থ
उदाहरण : পংগু দেৱৰৰ চোৱা-চিতাও ময়েই কৰিব লাগে
इंस्टॉल करें