पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পকা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পকা   ক্ৰিয়া

अर्थ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা

उदाहरण : পাচিটোৰ গোটেইবোৰ আম পকা

पर्यायवाची : পৰিপক্ক হোৱা

अर्थ : দিশ পৰিব্্র্তন ্ কৰা

उदाहरण : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

पर्यायवाची : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरण :

पर्यायवाची : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

পকা   বিশেষণ

अर्थ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

उदाहरण : তেওঁ ্ পকা আম খাই আছে

पर्यायवाची : পৰিপক্ক

अर्थ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

उदाहरण : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

पर्यायवाची : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত

अर्थ : পুঁজেৰে ভৰি থকা

उदाहरण : গেলা ফোঁহাটো সদায় চফা কৰা উচিত

पर्यायवाची : গেলা

चौपाल