पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পকোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পকোৱা   ক্ৰিয়া

अर्थ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

उदाहरण : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

पर्यायवाची : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरण :

पर्यायवाची : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা

अर्थ : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য

उदाहरण : তেওঁ আম ্পকালে

पर्यायवाची : পক দিয়া

अर्थ : আহাৰ প্রস্তুত কৰা

उदाहरण : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে

पर्यायवाची : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা

चौपाल