पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পক্ষ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পক্ষ   বিশেষ্য

अर्थ : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

उदाहरण : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

अर्थ : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

उदाहरण : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

पर्यायवाची : ডানা, ডেউকা, ডৌকা, পখা, পাখি

अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

उदाहरण : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

पर्यायवाची : অংশ, দিশ, বিভাগ

अर्थ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

उदाहरण : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

पर्यायवाची : দল, পার্টী

अर्थ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

उदाहरण : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

पर्यायवाची : পার্টী

अर्थ : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

उदाहरण : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

अर्थ : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

उदाहरण : আপুনি কোনটো পক্ষত আছে ?

चौपाल