सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
उदाहरण : শচীনক মই পচন্দ কৰোঁ
पर्यायवाची : পচন্দ
अर्थ : মনৰ ভাল লগা ভাব
उदाहरण : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
पर्यायवाची : অভিৰুচি, ইচ্ছা, ৰুচি
अर्थ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
उदाहरण : এইখন মোৰ অতি প্রিয় গ্রন্থ
पर्यायवाची : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
इंस्टॉल करें