सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
उदाहरण : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
पर्यायवाची : নামাংকন, নামাঙ্কন, পঞ্জীয়ন
अर्थ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
उदाहरण : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
पर्यायवाची : পঞ্জীয়ন, ৰেজিষ্টাৰ
इंस्टॉल करें