सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
उदाहरण : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
पर्यायवाची : ধৰণি, পটি, পটী, পট্টি, বন্ধনী, বেণ্ডেজ, বেন্দেজ
अर्थ : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা
उदाहरण : চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে
पर्यायवाची : বট্টী
इंस्टॉल करें