पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পঢ়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পঢ়া   বিশেষ্য

अर्थ : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

उदाहरण : ৰামে বেদ পাঠ কৰি আছে

पर्यायवाची : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

अर्थ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

उदाहरण : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

अर्थ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

उदाहरण : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

अर्थ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

उदाहरण : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

अर्थ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

उदाहरण : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

पर्यायवाची : অধ্যয়ন কৰা

अर्थ : শিক্ষা গ্রহণ কৰা

उदाहरण : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

पर्यायवाची : পঢ়াশুনা কৰা

चौपाल