अर्थ : যিজনে অধ্যয়ন কৰে
उदाहरण :
ভাল অধ্যয়নকাৰীয়ে যিকোনো বিষয়ৰ অধ্যয়ন খৰচিমাৰি কৰে
पर्यायवाची : অধ্যয়ন কর্তা, অধ্যয়নকাৰী
अर्थ : পঢ়িব পৰা ব্যক্তি
उदाहरण :
পঢ়ুৱৈসকলক আলোচনীখন সন্দর্ভত ্মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ
पर्यायवाची : পাঠক