सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ
उदाहरण : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে
पर्यायवाची : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা
अर्थ : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়
उदाहरण : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে
पर्यायवाची : চকুৰ পতা, নেত্রপল্লৱ
अर्थ : অনুকূল হোৱা
उदाहरण : আৰে ! সেই ছোৱালীজনী পতি গʼল
इंस्टॉल करें