सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
उदाहरण : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
पर्यायवाची : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरण : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
पर्यायवाची : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
अर्थ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
उदाहरण : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
पर्यायवाची : পথভ্রষ্ট, ভ্রষ্ট
इंस्टॉल करें