पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পত্রিকা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পত্রিকা   বিশেষ্য

अर्थ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

उदाहरण : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

पर्यायवाची : খত, চিঠি, চিঠি-পত্র, পত্র

अर्थ : বিশেষকৈ নি্র্ধাৰিত সময়ত প্রকাশিত হোৱা এক বিশেষ প্রকাৰৰ পুস্তক যʼত কোনো সংবাদ, বার্তা বা কাৰোবাৰ বিচাৰৰ বর্ণন ্থাকে

उदाहरण : তেওঁ আলোচনী পঢ়িবলৈ ভাল পায়

पर्यायवाची : আলোচনী

अर्थ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে

उदाहरण : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল

पर्यायवाची : পত্র

चौपाल