पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পথ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পথ   বিশেষ্য

अर्थ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা

उदाहरण : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক

पर्यायवाची : উপায়, পন্থা, মার্গ, ্সাধন

अर्थ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়

उदाहरण : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে

पर्यायवाची : বাট, মার্গ, ৰাস্তা

अर्थ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়

उदाहरण : উৰা জাহাজৰো নির্দিষ্ট পথ আছে

पर्यायवाची : বাট, মার্গ, ্ ৰাস্তা

अर्थ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়

उदाहरण : আহাৰ মুখ বিবৰেদি পেটলৈ যায়

पर्यायवाची : বিবৰ, মার্গ, ্ৰাস্তা

चौपाल