पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পদ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পদ   বিশেষ্য

अर्थ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান

उदाहरण : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে

पर्यायवाची : স্থান

अर्थ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে

उदाहरण : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই

पर्यायवाची : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি

अर्थ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা

उदाहरण : কবিতা ৰচনা কৰা লোকক কবি বোলে

पर्यायवाची : কবিতা, কাব্য, পদ্য

अर्थ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ

उदाहरण : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়

अर्थ : গোৱা কার্য ্বা ভাব

उदाहरण : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

पर्यायवाची : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত

अर्थ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে

उदाहरण : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে

पर्यायवाची : চৰণ, পাদ, পাৱ, ভৰি

चौपाल