सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
उदाहरण : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
पर्यायवाची : উপাধি, খিতাপ
अर्थ : কোনো পদৰ বিশেষ নাম বা সংজ্ঞা
उदाहरण : বিগ্রেডিয়াৰ এটা পদবীৰ নাম
पर्यायवाची : খিতাপ, বাব
अर्थ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
उदाहरण : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
पर्यायवाची : উপনাম, উপাধি, বংশনাম
इंस्टॉल करें