पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পর্দা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পর্দা   বিশেষ্য

अर्थ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ

उदाहरण : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে

पर्यायवाची : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা

अर्थ : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ

उदाहरण : এই চিনেমা হলটোৰ পর্দা বহুত সৰু

पर्यायवाची : স্ক্রীণ

अर्थ : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ

उदाहरण : এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল

पर्यायवाची : পৰদা

चौपाल