पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পর্ব शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পর্ব   বিশেষ্য

अर्थ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

उदाहरण : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

पर्यायवाची : অধ্যায়, খণ্ড

अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

उदाहरण : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

पर्यायवाची : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ

अर्थ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম

उदाहरण : বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান

पर्यायवाची : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম

अर्थ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ

उदाहरण : বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই

पर्यायवाची : বর্ষাঙ্ক

चौपाल