सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
उदाहरण : এই কামটোৰ তদাৰক ৰামে কৰিছে
पर्यायवाची : চোৱা-চিতা, তদাৰক, নিৰীক্ষণ
अर्थ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
उदाहरण : তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
पर्यायवाची : নিৰীক্ষণ
इंस्टॉल करें