सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
उदाहरण : কয়দীজন জেলৰ পৰা পলাই গʼল
पर्यायवाची : পলায়ন কৰা, পলোৱা
अर्थ : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
उदाहरण : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
पर्यायवाची : পলাল, ভাগি যোৱা
अर्थ : মনে মনে গুচি যোৱা
उदाहरण : সি মোৰ টকা-পইচা লৈ পলাই গʼল
पर्यायवाची : উধাও হোৱা
इंस्टॉल करें