अर्थ : বেমাৰী পশুৰ চিকিৎসা কৰা কার্য
उदाहरण :
এই গাঁওখনৰ লোকে পশু-চিকিৎসাৰ কাৰণে নিজৰ পোহনীয়া পশুবোৰলৈ চহৰলৈ যাবলগীয়া হয়
पर्यायवाची : পশুচিকিৎসা
अर्थ : পশু-চিকিৎসাৰ বা পশু-চিকিৎসা সম্বন্ধীয়
उदाहरण :
পশু-চিকিৎসা বিষয়াই গাওঁ্বাসীক কিছুমান নতুন পশু ৰোগৰ পৰা পশুবোৰক বচোৱাৰ উপায় দিলে
पर्यायवाची : পশু-চিকিৎসকীয়