अर्थ : ভৰি থʼব পৰা আসন
उदाहरण :
শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
पर्यायवाची : পাৱদানী
अर्थ : ভৰি থোৱা কোনো বস্তু বা স্থান
उदाहरण :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
पर्यायवाची : পাৱদানী