सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চৰাইৰ বাহিৰৰ আৱৰণক বনোৱা পাতল আৰু জল নিৰোধক গঠন
उदाहरण : কৃষ্ণই মূৰত ময়ুৰৰ পাখি ধাৰণ কৰিছিল
अर्थ : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ
उदाहरण : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে
पर्यायवाची : ডানা, ডেউকা, ডৌকা, পক্ষ, পখা
इंस्टॉल करें