पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পাগল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পাগল   বিশেষ্য

अर्थ : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

उदाहरण :

पर्यायवाची : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

अर्थ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

उदाहरण : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

पर्यायवाची : পাগল ব্যক্তি

পাগল   বিশেষণ

अर्थ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

उदाहरण : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

अर्थ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

उदाहरण : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

पर्यायवाची : বাউল

अर्थ : মগজুৰ বিকৃতি ঘটা

उदाहरण : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

पर्यायवाची : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল

चौपाल