पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পাঞ্জাৱী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পাঞ্জাৱী   বিশেষ্য

अर्थ : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা

उदाहरण : এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে

पर्यायवाची : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা

अर्थ : পাঞ্জাৱৰ অধিবাসী

उदाहरण : ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য

पर्यायवाची : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী

পাঞ্জাৱী   বিশেষণ

अर्थ : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা

उदाहरण : চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল

अर्थ : পঞ্জাৱত থকা বা বসতি কৰা

उदाहरण : সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক

अर्थ : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ

उदाहरण : গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ

चौपाल