अर्थ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
उदाहरण :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
अर्थ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
उदाहरण :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
पर्यायवाची : পীৰা