सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰজাৰ প্রধান পত্নী
उदाहरण : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
पर्यायवाची : মহাৰাণী, ৰাজমহিষী
अर्थ : ৰজাৰ পত্নী
उदाहरण : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
पर्यायवाची : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
अर्थ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
उदाहरण :
पर्यायवाची : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, বেগম, মহাদৈ, মহাৰাণী, মাদৈ, ৰাণী
इंस्टॉल करें