अर्थ : সকলো পৰীক্ষাৰ কাৰণে কোনো সংস্থাই নি্র্ধাৰিত কৰা কিতাপৰ বিৱৰণযুক্ত নামাৱলী
उदाहरण :
এতিয়ালৈকে মই হিন্দী এম. এ পাঠ্যক্রমৰ বিষয়ে একো নাজানো
अर्थ : কোনো পৰীক্ষাত উত্তী্র্ণ হʼবৰ ্কাৰণে প্রস্তুত কৰা পাঠ্যপুথিৰ তালিকাৰ সমূহ যি অনুসৰি পৰীক্ষার্থী এই সকলো কিতাপ অধ্যয়ন কৰিব লগীয়া হয়
उदाहरण :
কেন্দ্রীয় বোর্ডৰ ্পাঠ্যক্রম আৰু প্রাদেশিক বোর্ডৰ ্পাঠ্যক্রমৰ মাজত যথেষ্ট পার্থক্য আছে