अर्थ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
उदाहरण :
এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
अर्थ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
उदाहरण :
মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
पर्यायवाची : পাণ্ডু-লিপি