अर्थ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
उदाहरण :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
पर्यायवाची : খচৰা, পাণ্ডুলিপি
अर्थ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
उदाहरण :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
पर्यायवाची : খচৰা