सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পাতল হোৱা অৱস্থা বা ভাব
उदाहरण : চিফনৰ কাপোৰ মিহি হয়
पर्यायवाची : মিহি
अर्थ : যʼত পানীৰ পৰিমাণ বেছি আছে
उदाहरण : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
पर्यायवाची : পাতলা
अर्थ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
उदाहरण : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
पर्यायवाची : সহজ
अर्थ : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
उदाहरण : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
पर्यायवाची : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
अर्थ : যাৰ স্থূলতা বা ব্যাস কম
उदाहरण : এই কাপোৰখন বৰ পাতল
इंस्टॉल करें