अर्थ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
उदाहरण :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
पर्यायवाची : চৰিত্র
अर्थ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
उदाहरण :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
पर्यायवाची : যোগ্য ব্যক্তি