पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পানী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পানী   বিশেষ্য

अर्थ : পানীৰ দৰে হৈ পৰা পাতল বস্তু

उदाहरण : ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী

पर्यायवाची : পনীয়া

अर्थ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

उदाहरण : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

पर्यायवाची : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পয়, বাৰি, সলিল

अर्थ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

उदाहरण : এই তৰোৱালখনৰ পানী চাবলগীয়া

पर्यायवाची : ধাৰ

अर्थ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ

उदाहरण : তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে

चौपाल