सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব
उदाहरण : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে
पर्यायवाची : খাট, ঢাৰিপাটি, পালঙ্ক, বিচনা, শয্যা, শেতেলী, শোৱাপাটি
अर्थ : এক প্রকাৰৰ শাক
उदाहरण : মায়ে আজিৰ ্ সাঁজত পালেং আৰু ৰুটি বনাইছে
पर्यायवाची : পালেং শাক
अर्थ : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
उदाहरण : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
पर्यायवाची : খাটিয়া, পাটী, বিছনা, শয্যা, শেতেলি
इंस्टॉल करें