अर्थ : যি পাহাৰীয়া ঠাইত বসবাস কৰে
उदाहरण :
এক পাহাৰীয়াই গাঁৱে-গাঁৱে ঘূৰি চুৱেটাৰ বেচি আছে
अर्थ : পাহাৰত বা পাহাৰীয়া অঞ্চলত পোৱা
उदाहरण :
তেওঁ ্পাহাৰীয়া বৃক্ষৰ বিষয়ে তথ্য সংগ্রহ কৰি আছে
अर्थ : পাহাৰ সম্বন্ধীয় বা পাহাৰৰ
उदाहरण :
তেওঁ ্পাহাৰীয়া ঠাইত বসতি কৰি আছে