अर्थ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
उदाहरण :
লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
पर्यायवाची : দল
अर्थ : পৰস্পৰে লগ লাগি থকা কোনো বস্তুৰ সমান সমান খণ্ডৰ প্রত্যেকটো, যি ্ হেঁচ্া পৰিলে ভাগ হৈ যায়
उदाहरण :
ৰহৰ, বুটমাহ আদিত দুটা পাহি থাকে
पर्यायवाची : বীজপত্রী