सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভুলতে কোনো বস্তু কʼৰবাত এৰি অহা
उदाहरण : মই আজি কার্যালয়ৰ চাবিপাত ঘৰতে পাহৰিলোঁ
पर्यायवाची : এৰিল অহা, পাহৰি অহা
अर्थ : যিটো পাহৰি যোৱা হৈছে বা মনত নাই
उदाहरण : মই এই কবিতাটোৰ পাহৰা পংক্তিবোৰক মনত পেলাবলৈ চেষ্টা কৰি আছোঁ
पर्यायवाची : বিস্মৃত
इंस्टॉल करें