पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পাৰি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পাৰি   বিশেষ্য

अर्थ : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ

उदाहरण : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে

पर्यायवाची : কাষৰি

अर्थ : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে

उदाहरण : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে

अर्थ : দাঁতৰ শাৰী

उदाहरण : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা

पर्यायवाची : দাঁতৰ পাৰি

चौपाल