सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
उदाहरण : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
पर्यायवाची : ইনাম, পুৰস্কাৰ, বকচিচ
अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
उदाहरण : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
पर्यायवाची : উপঢৌকন, ভেটি
अर्थ : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ
उदाहरण : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে
पर्यायवाची : গ্রেচুইটি, বকচিচ
इंस्टॉल करें