सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পিছত ৰৈ যোৱা
उदाहरण : অসুখৰ কাৰণে গৌৰৱ পঢ়াত বহুত পিছ পৰিল
पर्यायवाची : পিছুওৱা
अर्थ : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে
उदाहरण : দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে
पर्यायवाची : পশ্চাদগামী, পশ্চাদৱর্ত্তী
अर्थ : কোনো গুণ আদিত অলপ পিছ পৰা
उदाहरण : ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা
इंस्टॉल करें