सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদিৰ পিছৰ অংশ
उदाहरण : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
पर्यायवाची : পশ্চভাগ, পিছফাল
अर्थ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
उदाहरण :
पर्यायवाची : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
अर्थ : সময়, দূৰত্ব আদিত পিছৰ ফালে
उदाहरण : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
अर्थ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
उदाहरण : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
इंस्टॉल करें