अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
उदाहरण :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
पर्यायवाची : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
अर्थ : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
उदाहरण :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে