सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নাৰীৰ স্তনদেশ
उदाहरण : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
पर्यायवाची : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন
अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
उदाहरण : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
पर्यायवाची : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
अर्थ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো
उदाहरण : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল
पर्यायवाची : পয়োধৰ, স্তন
अर्थ : পানী খোৱাৰ ইচ্ছা
उदाहरण : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে
पर्यायवाची : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা
इंस्टॉल करें