सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
उदाहरण : মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
पर्यायवाची : ধর্মগ্রন্থ, ধর্মপুথি, ধর্ম্্শাস্ত্র, শাস্ত্র
अर्थ : লিখা বা ছপা কৰা বহু পৃষ্ঠা জোৰা বস্তু যʼত পঢ়িবৰ কাৰণে জ্ঞান, তথ্য, কাহিনী, চিত্র আদি থাকে
उदाहरण : ভাল কিতাপ পঢ়িলে জ্ঞান বাঢ়ে ৰামায়ণ এখন মহৎ গ্রন্থ
पर्यायवाची : কিতাপ, গ্রন্থ, পুস্তক
इंस्टॉल करें