अर्थ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য
उदाहरण :
এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে
अर्थ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস
उदाहरण :
এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে
पर्यायवाची : আবৃত্তি
अर्थ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য
उदाहरण :
ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়
अर्थ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য
उदाहरण :
মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে
पर्यायवाची : পুনৰকথন