अर्थ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে
उदाहरण :
पर्यायवाची : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা, ৰগৰ
अर्थ : এনেকুৱা আনন্দ বা ভয় যাৰ কাৰণে গাৰ নোম থিয় হৈ যায়
उदाहरण :
মুকুলে অত্যধিক ৰোমাঞ্চৰ কাৰণে কথা কʼব পৰা নাছিল
पर्यायवाची : ৰোমাঞ্চ