अर्थ : প্রধানভাৱে ইতিহাসৰ পূর্ব্্কালৰ বস্তুৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ সম্ভেদ বিচৰা এক বিজ্ঞানসন্মত বিদ্যা
उदाहरण :
সীমা পুৰাতত্ত্বৰ এগৰাকী ছাত্রী
पर्यायवाची : পুৰাবিদ্যা, পুৰাশাস্ত্র, প্রত্ন-বিজ্ঞান
अर्थ : যি বিজ্ঞানত প্রাচীন কালৰ বস্তুবোৰৰ আধাৰত পুৰণি অজ্ঞাত ইতিহাসৰ অন্বেষণ কৰা হয়
उदाहरण :
পুৰাতত্ত্বত নিত্য নতুন অন্বেষণ হৈ আছে
पर्यायवाची : পুৰাতত্ত্ব বিজ্ঞান