पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পুৰাতন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পুৰাতন   বিশেষণ

अर्थ : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

उदाहरण : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

पर्यायवाची : আদিম, পুৰণা, পুৰণি, পুৰাকালীন, প্রাক্-কালীন, প্রাচীন

अर्थ : যিটো প্রচলিত নহয়

उदाहरण : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

पर्यायवाची : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰণিকলীয়া, প্রচলনহীন

अर्थ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

उदाहरण : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

पर्यायवाची : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া

चौपाल